মুখ্য-পৃষ্ঠা

কথমপি প্ৰাণৰক্ষা ইণ্ডিগ’ বিমানৰ ১৮৫জন যাত্ৰীৰ

asomiyapratidin
  • আহমেদাবাদৰ বিমান বন্দৰত অঘটন।
  • কথমপি প্ৰাণৰক্ষা ১৮৫জন যাত্ৰীৰ।
  • মুম্বাইৰ পৰা আহমেদাবাদ অভিমুখী ইণ্ডিগ' বিমানৰ চকা বিস্ফোৰণ।
  • কথমপি অৱতৰণ কৰে বিমানখনে।
  • এই ঘটনাৰ তদন্তৰ নিৰ্দেশ অসমৰ বিমান পৰিবহণ মন্ত্ৰণালয়ে।
  • সন্ধিয়া ৭.২১বজাত এই ঘটনা।