মুখ্য-পৃষ্ঠা

কোৰোনাঃ ভাৰতত ২৪ঘন্টাত মৃত্যু ৪৮২গৰাকী…

asomiyapratidin
  • কোৰোনাৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাইছে ভাৰতত।
  • বিগত ২৪ ঘন্টাত ২২হাজাৰ ৭৫২গৰাকী ৰোগী আক্ৰান্ত হৈছে কোৰোনাত।
  • এই সময়খিনিত প্ৰাণ হেৰুৱাইছে ৪৮২গৰাকী ৰোগীয়ে।
  • ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৭লাখ ৪২হাজাৰ ৪১৭লৈ বৃদ্ধি।
  • মৃত্যুৰ সংখ্যা সৰ্বমুঠ ২০হাজাৰ ৬৪২গৰাকী।