মুখ্য-পৃষ্ঠা

২৪ঘন্টাত ভাৰতত ৩৭হাজাৰ ১৫৪গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত…

asomiyapratidin
  • বিগত ২৪ঘন্টাত ভাৰতত ৩৭হাজাৰ ১৫৪গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • এই সময়চোৱাত সুস্থ হৈছে ৩৯হাজাৰ ৬৪৯গৰাকী লোক।
  • ২৪ঘন্টাত মৃত্যু হৈছে ৭২৪গৰাকী ৰোগীৰ।
  • উল্লেখ্য যে, ভাৰতত এতিয়ালৈকে ৩৭কোটি ৭৩লাখ লোকক প্ৰদান কৰা হৈছে ভেকচিন।
  • বিগত ২৪ঘন্টাত ১২লাখ ৩৫হাজাৰ ২৮৭গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।