- বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হয় ১,৮৪,৩৭২ জন ।
- কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ১০২৭ জনৰ ।
- দেশত বৰ্তমানলৈ সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হয় ১,৩৮,৭৩,৮২৫ জন ।
- কোৰোনাত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ সৰ্বমুঠ মৃত্যু হয় ১,৭২,০৮৫ জন ।
- বৰ্তমানৈ ১১,১১,৭৯,৫৭৮ জন লোকক প্ৰদান কৰা হয় কোভিড ভেকচিন ।