মুখ্য-পৃষ্ঠা

২৪ঘন্টাত ভাৰতত ১,৬৮,৯১২গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা

asomiyapratidin
  • বিগত ২৪ঘন্টাত ভাৰতত ১,৬৮,৯১২গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা।
  • ৯০৪গৰাকী লোক মৃত্যু হৈছে এই সময়চোৱাত।
  • ৭৫,০৮৬গৰাকী ৰোগী সুস্থ হৈ উভটিছে ঘৰলৈ।
  • ভাৰতত ১০কোটি ৪৫লাখ ২৮হাজাৰ ৫৬৫গৰাকী লোক।