মুখ্য-পৃষ্ঠা

দেশত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৭হাজাৰলৈ বৃদ্ধি…

asomiyapratidin
  • দেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৭ সহস্ৰাধিকলৈ বৃদ্ধি।
  • শুকুবাৰৰ সন্ধিয়া ৭ বজালৈ দেশত COVID-19ত আক্ৰান্ত হৈছে ৭০১৯জনকৈ লোক।
  • ইফালে, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৩১জন লোকৰ।
  • কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৬৯২জন লোক বৰ্তমানলৈ সুস্থ হৈ উঠিছে।