মুখ্য-পৃষ্ঠা

কোৰোনাৰ সংহাৰঃ দেশত মৃত্যুৰ সংখ্যাই পাৰ কৰিলে ২০হাজাৰৰ ঘৰ…

asomiyapratidin
  • দেশত কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যাই পাৰ কৰিলে ২০ হাজাৰৰ ঘৰ।
  • মঙলবাৰৰ পুৱাৰ লৈকে দেশত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হলগৈ ২০,১৭৪।
  • ইফালে আক্ৰান্তৰ সংখ্যাইও ইতিমধ্যে পাৰ কৰিলে ৭লাখৰ ঘৰ।
  • দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৭,২০,৩৪৬গৰাকী।
  • ইফালে ৪লাখ ৪০হাদাৰা লোক কোৰোনামুক্ত হৈছে ভাৰতত।