মুখ্য-পৃষ্ঠা

ভাৰতত ২৬ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত, আৰোগ্যৰ হাৰ ৯৭.৭৭ শতাংশ…

asomiyapratidin
  • দেশত যোৱা ২৪ ঘন্টাত ২৬৯৬৪জন কোৰোনাত আক্ৰান্ত।
  • এই সময়চোৱাত ভাৰতত কোৰোনাত আক্ৰান্ত ৩৮৩জন লোকৰ মৃত্যু।
  • ইফালে, দেশত কোৰোনাত আক্ৰান্ত ৩৪১৬৭জন লোক সুস্থ হৈছে।
  • উল্লেখ্য যে, বৰ্তমান সময়ত দেশত আৰোগ্যৰ হাৰ ৯৭.৭৭ শতাংশ হৈছেগৈ।
  • দেশত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩২৭৮৩৭৪১জনলৈ বৃদ্ধি পাইছে।
  • ভাৰতত বুধবাৰৰ দিনটোত আৰোগ্যৰ হাৰ ২.০৮ শতাংশলৈ হ্ৰাস পাইছে।