মুখ্য-পৃষ্ঠা

টকিঅ অলিম্পিকঃ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা হকী দল…

asomiyapratidin
  • টকিঅ অলিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত।
  • কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা হকী দলটোৱে।
  • দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছে ভাৰতীয় দলটোৱে।
  • ৪-৩গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা হকী দলটোৱে।