মুখ্য-পৃষ্ঠা

ওদালগুৰিত মালিকক লাঠীৰে মৰিয়াই হত্যা কৰিলে বনকৰা ল’ৰাই…

asomiyapratidin
  • ওদালগুৰিৰ ভেৰাগাঁৱৰ ডিমাকুছিত লোমহৰ্ষক হত্যাকাণ্ড।
  • মালিকক লাঠীৰে মৰিয়াই মৰিয়াই হত্যা বনকৰা ল'ৰাৰ।
  • নিহত লোকজনৰ নাম জ'হান বুৰ।
  • হত্যাকাৰী লিপি মুণ্ডাক আটক ডিমাকুছি আৰক্ষীৰ।
  • হত্যাকাণ্ডৰ কাৰন সদৰি কৰা নাই আৰক্ষীয়ে।