মুখ্য-পৃষ্ঠা

সাংসদ পুত্ৰৰ নামত অবৈধ ৰিজ’ৰ্টঃ জেচিবি লগাই ভাঙিলে জিলা প্ৰশাসনে

asomiyapratidin
  • উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশত ভাঙি পেলোৱা হ'ল এখন ৰিজ'ৰ্ট।
  • সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানৰ পুত্ৰ আব্দুল্লাহ আজম খানৰ নামত আছিল এই ৰিজ'ৰ্টখন।
  • ৰিজ'ৰ্টখন অবৈধভাৱে নিৰ্মাণ কৰিছিল আজম খানৰ পুত্ৰই।
  • যাৰ বাবে ৰামপুৰ জিলা প্রশাসনে সোমবাৰে জেচেবি লগাই ভাঙে ৰিজ'ৰ্টৰ ৱাল।
  • উল্লেখ্য যে, সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানৰ বিৰুদ্ধে আছে ৩০ৰো অধিক ভূমি বেদখলৰ অভিযোগ।