- যোৱা ২৪ ঘন্টাত ভাৰতত কৰা হৈছে ১,০৮,৬২৩ গৰাকী লোকৰ কোৰোনা পৰীক্ষা।
- আইচিএমআৰে এই তথ্য সদৰি কৰিছে।
- ইফালে এতিয়ালৈকে সৰ্বমুঠ ২৯,৪৩,৪২১ গৰাকী লোকৰ কোৰোনা পৰীক্ষা কৰা হৈছে।
- আইচিএমআৰৰ অধীনত ৬০৭ টা পৰীক্ষা কেন্দ্ৰত কোৰোনাৰ পৰীক্ষা কৰা হয়।
- তাৰে ৪২৭ টা চৰকাৰী পৰীক্ষাগাৰ আৰু ১৮০ টা ব্যক্তিগতখণ্ডৰ পৰীক্ষাগাৰ।