মুখ্য-পৃষ্ঠা

হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ

asomiyapratidin
  • হায়দৰাবাদত সংঘটিত হৈছে শোকাৱহ ঘটনা।
  • বাসগৃহৰ দেৱাল খহি প্ৰাণ গ'ল ৩ শিশুৰ।
  • ইফালে আহত হৈছে এটি শিশু।
  • হাবিবনগৰত এই ঘটনা সংঘটিত হৈছে।
  • ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ।