hojai
hojai  
মুখ্য-পৃষ্ঠা

হোজাইৰ মাজমজিয়াত আৰক্ষীৰ অভিযানঃ ড্ৰাগছসহ দুজনক আটক...

Asomiya Pratidin
  • হোজাই আৰক্ষীৰ জালত ব্রাউন ছুগাৰসহ দুই সৰবৰাহকাৰী।

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰে আমান খান আৰু বচিৰ আহমেদক।

  • চহৰৰ মাজমজিয়াৰ আমান খানৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান।

  • জব্দ ১০টা কণ্টেইনাৰ, ১১ গ্রাম ব্রাউন ছুগাৰৰ এটা পেকেট।

  • ব্রাউন ছুগাৰখিনিৰ মূল্য আনুমানিক প্ৰায় ২ লাখ।