ABAHAN
ABAHAN 
মুখ্য-পৃষ্ঠা

আবাহন থিয়েটাৰৰ নাট উপভোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

Asomiya Pratidin
  • আবাহন থিয়েটাৰৰ নাট উপভোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

  • গণেশগুৰীত পত্নীৰ সৈতে উপভোগ কৰিলে আবাহনৰ এই বৰ্ষৰ শ্ৰেষ্ঠ নাট লভিতা।

  • মুখ্যমন্ত্ৰী গৰাকীক এইদৰে দেখি হেতা-ওপৰা দৰ্শকৰ।

  • লভিতা নাটকৰ প্ৰতি নাট্যপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি।

  • প্ৰস্তুতি পৰাশৰৰ অনবদ্য অভিনয়ত প্ৰাণ পাই উঠিছে লভিতা ।