- হিমাচল প্ৰদেশত ১৮সংখ্যক শিখ ৰেজিমেন্টত অঘটন।
- এজন আৰ্মী জোৱানে গুলীয়াই হত্যা কৰিলে দুজন সহকৰ্মীক।
- হত্যাৰ পাছতেই আত্মহত্যা কৰিলে জোৱানজনে।
- সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ ধৰমশালা মিলিটাৰী ষ্টেচনত এই ঘটনা।
- দুৰ্ঘটনাত স্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।