মুখ্য-পৃষ্ঠা

হিমাচলপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১, আহত ৪৪…

asomiyapratidin
  • হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • এখন যাত্ৰীবাহী বাছ পতিত হয় দুৰ্ঘটনাত।
  • কুল্লু জিলাৰ শ্বালাঙত সংঘটিত হয় এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে নিহত এজন।
  • ইফালে, ৪৪জনকৈ লোক গুৰুতৰভাৱে আহত এই দুৰ্ঘটনাত।
  • আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ।