মুখ্য-পৃষ্ঠা

হিমাচলপ্ৰদেশত হিমস্খলন, নিহত সেনা জোৱান…

asomiyapratidin
  • হিমাচলপ্ৰদেশৰ কিন্নাউৰ জিলাত হিমস্খলন।
  • হিমস্খলনৰ ফলত মৃত্যুক সাৱটে এগৰাকী সেনা জোৱানে।
  • ইফালে, বৰফৰ মাজত আৱদ্ধ ৫জনকৈ জোৱান।
  • আৱদ্ধ হৈ থকা জোৱান কেইজনক উদ্ধাৰৰ বাবে আই টি বি পি আৰু জিলা আৰক্ষীৰ অভিযান।
  • বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই জোৱান কেইজন।