মুখ্য-পৃষ্ঠা

সৰ্বাধিকঃ বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত ৬,৬৫৪গৰাকী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ প্ৰকোপ দিনে দিনে ভাৰতত বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হোৱা ১৩৭গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি বিগত ২৪ঘন্টাত ৬,৬৫৪গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। উল্লেখ্যে যে, মাত্ৰ ২৪ঘন্টাৰ ভিতৰত আক্ৰান্ত হোৱা লোকৰ এই সংখ্যাই হৈছে বৰ্তমানলৈ সৰ্বাধিক।