মুখ্য-পৃষ্ঠা

হাই মাদ্ৰাছাৰ শীৰ্ষ ৩ স্থানত কোন কোন

asomiyapratidin

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে ঘোষণা কৰা হ'ল হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল। হাই মাদ্ৰাছাত প্ৰথম স্থান অধিকাৰ কৰিছে চেলিম আহমেদে। দ্বিতীয় স্থান লাভ কৰিছে আব্দুল আজিজ আৰু তৃতীয় স্থান লাভ কৰিছে ইলিয়াছ আলীয়ে। চেলিম আহমেদ ৰাখালডুবি হাই মাদ্ৰাছাৰ ছাত্ৰ। আব্দুল আজিজ পিপিৰাকুছি আঞ্চলিক হাই মাদ্ৰাছাৰ আৰু ইলিয়াছ আলী আমবাৰী কাৰ্টিমাৰী হাই মাদ্ৰাছাৰ ছাত্ৰ।