মুখ্য-পৃষ্ঠা

মনোনয়ন দাখিলৰ পূৰ্বে মন্দিৰত পূজা-অৰ্চনা হেমা মালিনীৰ…

asomiyapratidin
  • মথুৰাৰ বাংকে বিহাৰী মন্দিৰত উপস্থিত উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ।
  • মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছে হেমা মালিনী।
  • মনোনয়ন দাখিলৰ পূৰ্বে মন্দিৰত পূজা অৰ্চনা হেমা মালিনীৰ।
  • মথুৰা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব হেমা মালিনীয়ে।