মুখ্য-পৃষ্ঠা

প্ৰচণ্ড গৰমৰ ফলত বিহাৰত ৫ জনৰ মৃত্যু, চিকিৎসাধীন অৰ্ধশতাধিক

asomiyapratidin
  • উৎকট গৰমে দহিছে বিহাৰক।
  • প্ৰচণ্ড গৰমৰ ফলত ৰাজ্যখনত হৃদক্ৰিয়া বন্ধ হৈ নিহত ৫ জন লোক।
  • নালন্দাৰ পাৱাপুৰি মেডিকেল কলেজৰ অধীক্ষক জ্ঞান ভূষণে সদৰি কৰিলে এই তথ্য।
  • আনহাতে প্ৰচণ্ড গৰমৰ ফলত অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগা হৈছে ৫৮ জন।
  • অসুস্থসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলিও প্ৰকাশ কৰিছে স্বাস্থ্য অধীক্ষকগৰাকীয়ে।