মুখ্য-পৃষ্ঠা

ভেন্টিলেশ্যনতে আছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী…

asomiyapratidin
  • এআৰআৰ হাস্পতালত ভেন্টিলেশ্যনতে আছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী।
  • পূৰ্বৰ দৰেই আছে তেওঁৰ স্বাস্থ্য।
  • অৱশ্যে তেওঁৰ ভাইটেল পেৰামিটাৰ বৰ্তমান স্থিৰ।
  • এই কথা সদৰী কৰে হাস্পতাল কৰ্তৃপক্ষই