মুখ্য-পৃষ্ঠা

হাৰিয়ানাৰ ৫খন নগৰত নগৰপালিকা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

asomiyapratidin
  • দেওবাৰে আৰম্ভ হৈছে হাৰিয়ানাৰ ৫খন নগৰত নগৰপালিকা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • পুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈকে চলিব ভোটগ্ৰহণ।
  • অধিক ঠাণ্ডাৰ বাবে পুৱা ভাগত কম সংখ্যক লোকহে দেখা গৈছে ভোটগ্ৰহণ কেন্দ্ৰত।
  • নিৰ্বাচন অনুষ্ঠিত হোৱা নগৰ কেইখন হৈছেঃ হিছাৰ, ৰৌতক, যমুনানগৰ, পানীপথ আৰু কৰ্ণাল।