হাৰিয়ানাৰ গুৰুগ্ৰামত বিধ্বংসী অগ্নিকাণ্ড।এটা বস্ত্ৰ ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড।ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ বাহন।অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাচনৰ চেষ্টা অব্যাহত।বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।