ৰাজ্যত ক্ৰমান্বয়ে ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ।গুৱাহাটী-মুৰ্কংচেলেক-নাহৰলগুনৰ ৰে'ল চলাচল আৰম্ভ।শিলচৰ-আগৰতলাৰ ৰে'লযাত্ৰাও আৰম্ভ হৈছে।গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজৰ এতিয়াও ব্যাহত ৰে'লযাত্ৰা ।