- গুৱাহাটীত অতিপাত ভাৱে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
- শেহতীয়াকৈ মহানগৰীৰৰ দুটা এছ বি আই শাখাত বহুকেইজন কৰ্মচাৰীৰ দেহত কোৰোনাৰ অৱস্থিতি।
- লখৰা এছ বি আই আৰু ফাচীঁবজাৰ চেক প্ৰচেচিং শাখাত ১৫-১৯গৰাকী কৰ্মচাৰীৰ দেহত কোৰোনা।
- শাখাদুটাৰ সকলো কৰ্মচাৰীকে কৰা হৈছে কোৱাৰেন্টাইন।
- ইতিমধ্যে প্ৰশাসনৰলোকে ছীল কৰিছে কাৰ্যালয় দুটা।
- প্ৰতিৰোধমূলক সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লোকে।