মুখ্য-পৃষ্ঠা

ভেন আৰু টেংকাৰৰ সংঘৰ্ষত থিতাতে নিহত ৮, সংকটজনক অৱস্থাত ৯…

asomiyapratidin
  • গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ৰাজ্যখনৰ অংকলাভ গাঁৱত এখন ভেন আৰু টেংকাৰৰ মাজত সংঘৰ্ষ।
  • সংঘৰ্ষত থিতাতে নিহত ৮জনকৈ লোক।
  • ইফালে, ৯জনকৈ লোকৰ অৱস্থা অতি সংকটজনক।
  • আহত কেইজনক ভৰ্তি কৰোৱা হৈছে স্থানীয় হাস্পতালত।