মুখ্য-পৃষ্ঠা

২০ চেপ্তেম্বৰত জি এছ টি পৰিষদৰ ৩৭ সংখ্যক বৈঠক…

asomiyapratidin

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে জি এছ টি পৰিষদৰ ৩৬ সংখ্যক বৈঠক হৈ যোৱাৰ পাছত চলিত বৰ্ষৰ অহা ২০ চেপ্তেম্বৰত অনুষ্ঠিত হব জি এছ টি পৰিষদৰ ৩৭ সংখ্যক বৈঠক। গোৱাত অনুষ্ঠিত হবলগীয়া এই বৈঠকখনত প্ৰাইভেট হেলথ চেক্টৰত ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ৩৬ সংখ্যক পৰিষদৰ বৈঠকত বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত জি এছ টি ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰিছিল।