জম্মু-কাশ্মীৰৰ চোপিয়ানত চি আৰ পি এফ বাহিনীৰ চাউনীলৈ গ্ৰেণেড নিক্ষেপ।সৌভাগ্যক্ৰমে চাউনীৰ বাহিৰত বিস্ফোৰিত হয় গ্ৰেণেডটো।গ্ৰেণেড দলিয়য়েই পলায়ন কৰে দুৰ্বৃত্তই।দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত।