শুকুৰবাৰে নিশা গোৱালপাৰাত প্ৰচণ্ড গুলীয়াগুলি।কৃষ্ণাইত সংঘটিত হৈছে এই ঘটনা।আৰক্ষী-অপহৰণকাৰীৰ মাজত এই গুলীয়াগুলি।অপহৃতক উদ্ধাৰ কৰিবলৈ যাওতে এই সংঘৰ্ষ হয়।ঘটনাৰ সন্দৰ্ভত ৪গৰাকীক আটক কৰিছে আৰক্ষীয়ে।