শেহতীয়া কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোৱাত বিশেষ সিদ্ধান্ত গ্ৰহণ। গোৱাত বৃদ্ধি কৰা হৈছে সান্ধ্য আইন। ২১ জুনৰ পুৱা ৭বজালৈকে বৃদ্ধি কৰা হৈছে সান্ধ্য আইন। মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে টুইটাৰযোগে কৰিলে সদৰি।