মুখ্য-পৃষ্ঠা

মেচিনতকৈ তীব্ৰ চৰকাৰী কৰ্মচাৰীৰ কামৰ স্পীড…চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ চৰকাৰী কাৰ্যালয়ত একাংশ কৰ্মচাৰী কামৰ নমুনাৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। এটা সামান্য কামৰ বাবে বাটকুৰি বাব লগা হয় সাধাৰণ জনতাই। কৰ্মচাৰীৰ লেমেহীয়া গতিত কাম কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। কিন্তু শেহতীয়াকৈ এগৰাকী কৰ্মচাৰীৰ ভিডিঅ হৈছে ভাইৰেল-

https://twitter.com/i/status/1475041697406984192

এগৰাকী আই পি এছ বিষয়াই শ্বেয়াৰ কৰিছে এই বিশেষ ভিডিঅটো। মেচিনৰ গতিৰে কাম কৰা এই কৰ্মচাৰীজনক সকলোৱে দিছে বাহঃ বাহঃ। একাংশই লিখিছে চৰকাৰী কৰ্মচাৰীয়ে এনেদৰে কাম কৰিলে দেশ আৰু বহুদূৰ আগুৱাব।