মুখ্য-পৃষ্ঠা

সাৱধান হওঁক গোলাঘাটবাসীঃ আলু-পিঁয়াজৰ পাইকাৰী দোকানৰ ৬জনৰ দেহত কোৰোনা…

asomiyapratidin
  • গোলাঘাটত আলু-পিঁয়াজৰ পাইকাৰীৰ দোকানত ক'ৰোনাতংক।
  • আলু-পিঁয়াজৰ বস্তা কঢ়িওৱা ৬জন লোকৰ দেহত কোভিড-১৯ পজিটিভ।
  • আক্রান্ত হোৱাৰ পিছতো প্রশাসনে ব্যৱস্থা নোলোৱাৰ অভিযোগ।
  • সম্প্রতি দোকানখনত বিক্রী হৈ আছে আলু-পিঁয়াজ।