- সোমবাৰৰ পৰা এটা সপ্তাহৰ বাবে বন্ধ হ'ল ৰাজভৱন।
- বৰ্ধিত কোভিড সংক্ৰমণৰ বাবে এই সিদ্ধান্ত।
- দৰ্শনাৰ্থীৰ বাবে ৭ টা দিনলৈ বন্ধ থাকিব গোৱাৰ ৰাজভৱন।
- এক নিৰ্দেশনাৰ জৰিয়তে এই বিষয়ে ৰাজভৱনৰ ফালৰ পৰা জনোৱা হৈছে।
- ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰী পৰ্যন্ত দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব গোৱাৰ ৰাজভৱন।