dangor khabar
dangor khabar  
মুখ্য-পৃষ্ঠা

GMC ৰ বোকা কেলেংকাৰীত অভিযুক্তৰ জামিন মঞ্জুৰ

Asomiya Pratidin
  • GMCৰ বোকা কেলেংকাৰীত অভিযুক্তৰ জামিন মঞ্জুৰ।

  • GMCৰ গাণনিক বিষয়া অভিমণ্যু মেধিৰ জামিন মঞ্জুৰ।

  • গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন।

  • GMCৰ বোকা কেলেংকাৰীৰ প্রথমজন অভিযুক্ত অভিমণ্যু মেধি।

  • মুঠ ১৩জন লোক গ্রেপ্তাৰ হৈছিল এই কেলেংকাৰীত।

  • পূৰ্বে গ্রেপ্তাৰ নোহোৱাকৈ থকা দুজনৰ জামিন মঞ্জুৰ কৰিছিল আদালতে।