মুখ্য-পৃষ্ঠা

ঘাজিয়াবাদত ৰে’লৰ খুন্দাত নিহত এজন

asomiyapratidin
  • মঙলবাৰে ঘাজিয়াবাদত সংঘটিত হ'ল শোকাৱহ দুৰ্ঘটনা।
  • ৰে'লৰ খুন্দাত নিহত ১জন লোক।
  • ৰে'ল পথ পাৰ হোৱা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৪জনকৈ লোক।
  • পুৱা প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
  • আহত আটাইকেইজনকে ঘাজিয়াবাদ অসামৰিক চিকিৎসালয়ত ভৰ্তি।