দেওবাৰে নিশা গুৱাহাটীৰ গীতানগৰত লোমহৰ্ষক ঘটনা। ড্ৰাগছ আসক্তই ধনদাবী কৰিছিল এজন যুৱকক।বিচৰা ধন নিদিয়াৰ বাবেই ব্লেডেৰে আক্ৰমণ এজন যুৱকক। ৪৫টা চিলাই পৰিল আক্ৰান্ত যুৱকজনৰ দেহত ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষীৰ তদন্ত অব্যাহত