মুখ্য-পৃষ্ঠা

সাংবাদিক গৌৰী লংকেশৰ হত্যাৰ গোচৰত এজনক গ্ৰেপ্তাৰ…

asomiyapratidin
  • কৰ্ণাটক জ্যেষ্ঠ সাংবাদিক গৌৰী লংকেশৰ হত্যাৰ গোচৰত বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক।
  • ঝাৰখণ্ডৰ ধনবাদৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।
  • লোকজনৰ নাম ৰাজেশ দেৱডিকৰ।
  • লোকজনৰ প্ৰকৃত ঘৰ হৈছে মহাৰাষ্ট্ৰত।
  • ২০১৭ চনৰ ছেপ্তেম্বৰত গৌৰী লংকেশক গুলীয়াই হত্যা কৰা হৈছিল।
  • ৪ টা গুলীৰে আক্ৰমণ কৰা ৫৫ বছৰীয়া সাংবাদিকগৰাকী ঘটনাস্থলীতে মৃত্যু হৈছিল।
  • উল্লেখ্য যে, এই হত্যাকাণ্ডৰ গোচৰত এতিয়ালৈকে ৰাজেশৰ হৈছে মুঠ ১৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।