agrani khabar
agrani khabar  
মুখ্য-পৃষ্ঠা

গাঞ্জা সৰবৰাহত নামিছে মহিলাঃ লাখৰো অধিক ধন আৰু গাঞ্জাৰ সৈতে আটক মহিলা

Asomiya Pratidin
  • মহানগৰীত পুনৰ জব্দ গাঞ্জা।

  • মহানগৰীৰ লালগণেশত ফটাশিল আৰক্ষীৰ অভিযান।

  • আৰক্ষীৰ অভিযানত জব্দ ২৫ কেজি গাঞ্জা।

  • আৰক্ষীয়ে গাঞ্জাসৰবৰাহীৰ পৰা জব্দ কৰিছে লাখৰো অধিক টকা।

  • গাঞ্জা সৰবৰাহৰ লগত জড়িত থকা জীৱন্তী ডেকা নামৰ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে।