- মধ্যপ্ৰদেশৰ চেহৰত ৰহস্যজনক পথ দুৰ্ঘটনা।
- বাহন দুৰ্ঘটনাটোত থিতাতে নিহত ৪ জন লোক।
- চেহৰৰ সমীপৰ ভূপাল-ইন্দোৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।
- এখন চাৰিচকীয়া বাহনেৰে যাত্ৰা কৰিছিল ৫ জন লোকে।
- পিছফালৰ অহা এখন গধুৰ বাহনে খুন্দা মাৰে তেওঁলোকৰ বাহনখনত।
- দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হয় বাহনখনৰ পিছফালটো।
- আনহাতে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীৰ পৰা ৪ জনৰ মৃতদেহ উদ্ধাৰ হ'লেও সন্ধানহীন হৈ আছে এজন লোক।
- লোকজন সন্ধানহীন হোৱাক কেন্দ্ৰ এয়া পৰিকল্পতি হত্যাকাণ্ড বুলি দাবী কৰিছে একাংশই।
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।