প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুখৰামে পুনৰ যোগ দিলে কংগ্ৰেছত।তেওঁৰ নাতি আশ্ৰয় শৰ্মায়ো একেলগে কংগ্ৰেছত যোগদান দিলে।সোমবাৰে পুৱা ভাগত কংগ্ৰেছ অধ্যক্ষক সাক্ষাৎ কৰিছিল দুয়োৱে।কংগ্ৰেছ অধ্যক্ষক সাক্ষাৎ কৰাৰ পাছত যোগদান কৰে দলটোত।