মুখ্য-পৃষ্ঠা

১৯৮৪ৰ শিখ বিৰোধী সংঘৰ্ষ তথা গণ হত্যাৰ অভিযুক্ত মহেন্দ্ৰ যাদৱৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু…

asomiyapratidin
  • ১৯৮৪ৰ শিখ বিৰোধী সংঘৰ্ষ তথা গণ হত্যাৰ গোচৰত অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা প্ৰাক্তন বিধায়ক মহেন্দ্ৰ যাদৱৰ মৃত্যু।
  • কোৰোনাত আক্ৰান্ত হৈ তিহাৰ জেলত মৃত্যু হয় যাদৱৰ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা তিহাৰ জেলৰ এইটো হৈছে দ্বিতীয় ঘটনা।
  • ইয়াৰ পূৰ্হে কাম্বৰ সিং নামেৰে এগৰাকী কয়দীৰ মৃত্যু হৈছিল।
  • তিহাৰৰ জেইলাৰৰ মতে, বিগত ১০বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছিল মহেন্দ্ৰ যাদৱ।