- প্ৰথম মৃত্যু বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলী কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।
- পোখৰানত বাজপেয়ীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
- ২০১৮ চনৰ ১৬ আগষ্টত ইহলীলা সম্বৰণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে।
- তেওঁ প্ৰধানমন্ত্ৰী হৈ থকা সময়তে ১৯৯৮ চনত পোখৰানত নিউক্লিয়াৰ পৰীক্ষণ কৰা হৈছিল।