কোভিড-১৯ ৰ পৰা বাচি থকা ত্ৰিপুৰাতো ওলাল ৰোগী।প্ৰথমজন পজিটিভ ৰোগী ধৰা পৰিছে ত্ৰিপুৰাত।.কোৰোনাত আক্ৰান্ত এই লোকগৰাকী ত্ৰিপুৰাৰ উদয়পুৰৰ।বৰ্তমান চিকিৎসাধীন হৈ আছে ৰোগীগৰাকী।উল্লেখ্য যে, ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪৭৬০ লৈ।