মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ

asomiyapratidin
  • জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
  • কুলগামৰ গোপালপৰাত সংঘটিত হয় এই সংঘৰ্ষ।
  • বুধবাৰে পুৱতি নিশাৰ পৰা চলি আছে প্ৰচণ্ড গুলীয়াগুলি।
  • অঞ্চলটোত সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে।
  • তাৰ পিছতে সন্ত্ৰাসাবাদীৰ বিৰুদ্ধে চলায় অভিযান।
  • বৰ্তমানেও জানিব পৰা হোৱা নাই হতাহতৰ খবৰ।