মুখ্য-পৃষ্ঠা

মৰ্মান্তিকঃ স্কুল ভানত লগা জুঁইয়ে প্ৰাণ ল’লে ৪ টাকৈ শিশুৰ…

asomiyapratidin
  • এক শোকাৱহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।
  • এখন স্কুল ভানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত নিহত হৈছে ৪ টাকৈ শিশু।
  • পঞ্জাৱৰ সংঙ্গুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।
  • প্ৰাপ্ত খবৰুনৰি, শনিবাৰে দুপৰীয়া ভাগত সংঘটিত হৈছে এই ঘটনা।
  • স্কুলৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে হঠাতে ভানখনত সুত্ৰপাত হয় অগ্নিকাণ্ডৰ।
  • অতি কম সময়ৰ ভিতৰতে জুঁইয়ে ঘেৰি ধৰে ভানখন।
  • অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
  • ভানখনত আছিল ১২ টাকৈ শিশু।
  • সকলোৰে বয়স ৪-৫ বছৰৰ ভিতৰত আছিল।