মুখ্য-পৃষ্ঠা

হাৰিয়ানাৰ আম্বালাত ভয়ংকৰ অগ্নিকাণ্ড…

asomiyapratidin
  • হাৰিয়ানাৰ আম্বালাত ভয়ংকৰ অগ্নিকাণ্ড।
  • আম্বালাৰ অনাজ মন্দীৰ এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ভষ্মীভূত গুদামটো।
  • অগ্নিকাণ্ডত হতাহতৰ সন্দৰ্ভত জানিব পৰা হোৱা নাই।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।