মুখ্য-পৃষ্ঠা

শিৱসাগৰৰ ASTC বাছ আস্থানত অগ্নিকাণ্ড

asomiyapratidin
  • শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ বাছ আস্থানত অগ্নিকাণ্ড।
  • আস্থানৰ চৌহদত থকা দোকানৰ পৰা সূত্ৰপাত হৈছে জুই।
  • বৃহত্তৰ ব্যৱসায়িক এলেকা জাহ গৈছে অগ্নিকাণ্ডত।
  • অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
  • জুই নুমুৱাবলৈ চেষ্টা অব্যাহত অগ্নি নিৰ্বাপক বাহিনীৰ।