মুখ্য-পৃষ্ঠা

স্বামীৰ সাফল্যত সুখী দীপিকাঃ ফিল্ম ফেয়াৰৰ ‘ব্লেক লেডী’ৰ সৈতে বিচনাতে তুলিলে PHOTO…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীত অনুষ্ঠিত হৈ গ'ল ৬৫ সংখ্যক ফিল্ম ফেয়াৰ অনুষ্ঠান, এদিনৰ বাবে গুৱাহাটী চহৰত ভৰি পৰিল বলিউদৰ তাৰকা-মহাতাৰকাৰে। বলিউদৰ বৃহৎ পুৰষ্কাৰ অনুষ্ঠান ৬৫ সংখ্যক ফিল্ম ফেয়াৰত এই বৰ্ষত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে ৰণবীৰ সিঙে। গলি বয়' ছবিখনৰ বাবে এই সন্মান লাভ কৰিলে সিঙে। উল্লেখ্য যে, এই বৰ্ষৰ ফিল্ম ফেয়াৰত ১০ টা শিতানত পুৰষ্কাৰ লাভ কৰিছে গলি বয়ে।

লক্ষ্যণীয়ভাৱে নিজৰ ব্যস্ততাৰ বাবে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে অভিনেত্ৰী দীপিকা পাডুকন। স্বামীয়ে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ লাভ কৰা মূৰ্হুতত দীপিকা উপস্থিত থাকিব নোৱাৰিলে যদিও শেহতীয়াকৈ ৰণবীৰে লাভ কৰা ফিল্ম ফেয়াৰৰ ট্ৰফী সৈতে দীপিকাৰ এখন ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত।

https://www.instagram.com/p/B8qwcs_B4SW/?utm_source=ig_embed

ফিল্ম ফেয়াৰৰ ব্লেক লেডীৰ সৈতে দীপিকাৰ এই বিশেষ ফটোখন নিজৰ টুইটাৰ একাউন্টত শ্বেয়াৰ কৰিছে অভিনেতা ৰণবীৰ সিঙে। লগতে ৰণবীৰ সিঙে লিখিছে- "When my little lady met my black